অধ্যায় : ২ আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে
![]() |
sahaeducation.online |
class 9 science question answer in assamese medium | class 9 science question answer in assamese | seba class 5 english question answer | elective geography class 10 seba question answer english medium | seba question paper | seba class 7 english question answer
আমাৰ
চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে |
|
শ্ৰেণী |
নৱম শ্ৰেণীৰ |
বিষয় |
বিজ্ঞান |
পাঠ |
আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে |
অধ্যায় |
2 |
মাধ্যম |
অসমীয়া |
পাঠ্যক্ৰম |
ছেবা (SEBA ) |
ৱেবছাইটৰ
নাম |
Sahaeducation.online |
১/ দ্ৰৱন কাক বোলে ?
উত্তৰ : দুই বা তাতোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰনক দ্ৰৱ বা দ্ৰৱন বোলে |
সমসত্ব |
অসমসত্ব |
১) এইবিধ মিশ্ৰণ সকলো
অংশতে উপাদানবোৰৰ সংযুত্তি সমান হয় | |
১) এইবিধ মিশ্ৰণ সকলো অংশতে উপাদানবোৰৰ সংযুত্তি সমান
নহয় | |
২) এইবিধ মিশ্ৰণৰ উপাদানবোৰক সহজে পৃথক কৰিব নোৱাৰি | |
২) এইবিধ মিশ্ৰণৰ উপাদানবোৰক সহজে পৃথক কৰিব পাৰি | |
৩) এইবিধ মিশ্ৰণৰ কণিকাবোৰ দেখা নাযায় |
৩) এইবিধ মিশ্ৰণৰ কণিকাবোৰ দেখা যায় | |
৭) সংপৃক্ত দ্ৰৱ কাক বোলে ?
দ্ৰাৱ্য : কম পৰিমাণৰ
যিটো উপাদান দ্ৰৱীভূত হয় তাক দ্ৰাৱ্য বোলে ।
১০/ প্ৰলম্বন কাক বোলে
?
১১/ প্ৰলম্বন তিনিটা
ধৰ্ম লিখা ?
২) প্ৰলম্বিত কণিকাবোৰ খালি চকুৰে দেখি ।
৩) প্ৰলম্বিত কণিকাবোৰে পোহৰ ৰশ্মিৰ বিচ্ছুৰন ঘটাব পাৰে আৰু পোহৰ ৰশ্মিৰ গতি দৃশ্যমান কৰিব তোলে ।
১২/ কলডীয় দ্ৰৱণ কাক
বোলে ?
১৩/ কলডীয় দ্ৰৱৰ
উপাদানবোৰ কি কি ?
১৪/ কলডীয় দ্ৰৱণ আৰু
প্ৰলম্বনৰ মাজত পাৰ্থক্য লিখা ?
কলডীয় দ্ৰৱণ |
প্ৰলম্বন |
১) কলডীয় দ্ৰৱণ এটা সমসত্ব মিশ্ৰণ |
১) প্ৰলম্বন এটা অসমসত্ব মিশ্ৰণ। |
২) কলডীয় কণাৰ কণিকাবোৰ সৰু যাক খালি চকুৰে দেখা নাযায়। |
২) প্ৰলম্বন কণিকাবোৰ ডাঙৰ যাক খালি চকুৰে দেখা যায়। |
৩)কলয়ডীয় দ্ৰৱ বোৰ কণিকাবোৰ সুস্তিৰ । |
৩) প্ৰলম্বন দ্ৰৱ বোৰ কণিকাবোৰ অস্তিৰ। |
১৪/ টিণ্ডেল ক্ৰিয়া কাক বোলে? উদাহৰণ দিয়া?
১৫/ সাধাৰণ নিমখ আৰু
এমনিয়াম ক্লৰাইড মিশ্ৰণ কেনেদৰে পৃথক কৰিব পাৰি?
সাধাৰণ নিমখ আৰু এমনিয়াম ক্লৰাইড মিশ্ৰণটো এটা চিনা মাটিৰ পাত্ৰত লৈ তাৰ ওপৰত এটা চুপি ওলোটায় ঢাকি দিয়া হল । এতিয়া এই মিশ্ৰণটো উত্তপ্ত কৰা হ'ল । প্ৰথমে এমনিয়াম ক্লৰাইডখিনি পোনে পোনে গেছীয় পদাৰ্থলৈ পৰিণত হৈ বাষ্পীভূত হ'ব । এই বাষ্পখিনি ওপৰলৈ গৈ চুপিটোৰ বেৰত খুন্দা খাই পুনৰ গোটা অৱস্থালৈ আহিব আৰু চুপিটোৰ বেৰত লাগি ধৰিব । সাধাৰণ নিমখখিনি চিনা মাটিৰ পাত্ৰত থাকি যাব। এইদৰে নিমখ আৰু এমনিয়াম ক্লৰাইডক পৃথক কৰিব পাৰি।
১৬/ পানী আৰু কেৰাচিন
তেলৰ মিশ্ৰণৰ পৰা সিহঁতক কেনেদৰে পৃথক কৰিব পাৰি?
চুপিটোৰ ভিতৰত মিশ্ৰণটো পেচঢিলা বন্ধ
অৱস্থাত ঢালি লোৱা হ'ল। দেখা গ'ল যে
পানীখিনিৰ তলত আৰু কেৰাচিনখিনি ওপৰত উপঙি
আছে। এতিয়া পেচঢিলা টো খুলি চুপিটোৰ পৰা পানীখিনি ওলাবলৈ দিয়া হ'ল । পানীখিনি ওলাই শেষ হোৱাৰ লগে লগে পোনৰ পেচঢিলাটো বন্ধ
কৰি দিয়া হ'ল।
ফলত কেৰাচিন তেল খিনি চুপিটোত থাকি গল । এই দৰে পানী আৰু কেৰাচিন তেল পৃথক কৰা
হয়।
১৭/ পাতন প্ৰক্ৰিয়া
কেতিয়া ব্যৱহাৰ কৰা হয়?
১৮/ আংশিক পাতন
প্ৰক্ৰিয়া কেতিয়া ব্যৱহাৰ কৰা হয়?
১৯/ বায়ুৰ পৰা
অক্সিজেন গেছ কেনেদৰে পৃথক কৰিব পাৰি?
২০/ স্ফটিকৰন পদ্ধতি
কেতিয়া ব্যৱহাৰ কৰা হয়?
২১/ স্ফটিকৰন পদ্ধতি
কাক বোলে?
২২/ অপকেন্দ্ৰীক
পদ্ধতি কাক বোলে?
২৩/ অপকেন্দ্ৰীক
পদ্ধতিৰ দুটা ব্যৱহাৰ লিখা?
২) ৰোগ নিৰ্ণায়ক পৰীক্ষাগাৰত তেজ আৰু মূত্ৰ পৰীক্ষাত
ব্যৱহাৰ কৰা হয়।
২৪/ উদ্ধায়ী গোটা
পদাৰ্থ কেইবিধমানৰ নাম লিখা?
অনুশীলনী
৩/ a)
পটেছিয়াম নাইট্ৰেটৰ সংপৃক্ত দ্ৰৱ এটা প্ৰস্তুত কৰিবলৈ 313K
উষ্ণতাত 50 গ্ৰাম পানীত কিমান গ্ৰাম পটেছিয়াম নাইট্ৰেট দ্ৰৱীভূত কৰিব
লাগিব ?
D) লৱনৰ
দ্ৰৱণীয়তাৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ এই যে উষ্ণতা বৃদ্ধিৰ লগে লগে লৱনৰ দ্ৰৱণীয়তা
বৃদ্ধি পায়।
0 Comments