LATEST

class 9 science question answer in assamese medium chapter 6

 

class 9 science question answer in assamese medium chapter 6

 

 

 

কলা

শ্ৰেণী

নৱম শ্ৰেণীৰ

বিষয়

বিজ্ঞান

পাঠ

কলা

অধ্যায়

6

মাধ্যম

অসমীয়া

পাঠ্যক্ৰম

Seba

ৱেবছাইটৰ নাম

Sahaeducation.online

 

Class 9 Science Questions answer in Assamese

 

পাঠৰ ভিতৰত থকা প্ৰশ্ন উত্তৰ ( পৃষ্ঠা -)

1) কলা কাক বোলে?

উত্তৰ: নিৰ্দিষ্ট শৈলীৰে সজ্জিত উৎকৃষ্ট কাৰ্য দক্ষতাৰে কোনো কাম সম্পন্ন কৰা কোষৰ সমষ্টিকে কলা বোলা হয় উদাহৰণ - তেজ, ফ্লোৱেম, পেশী, আদি


) প্ৰাণী দেহৰ চলনৰ লগত জড়িত কলা সমূহ কি কি?

উত্তৰ: প্ৰাণী দেহৰ চলনৰ লগত জড়িত কলা সমূহ হল - পেশী কলা আৰু স্নায়ু কলা।


) বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম‌‌ কি?

উত্তৰ: বহুকোষী জীৱৰ ক্ষেত্ৰত কলাবিলাকৰ কাম ' সকলো বেলেগ বেলেগ কাম সম্পাদন কৰে।


) উদ্ভিদ কলা আৰু প্ৰাণী কলাৰ মাজত পাৰ্থক্য লিখা?

উত্তৰ:

উদ্ভিদ কলা

প্ৰাণী কলা

) উদ্ভিদ কলা স্থিৰ বা একে ঠাইতে থাকে, আৰু চলাচল কৰিব নোৱাৰে।

) প্ৰাণী কলা অস্থিৰ বা একে ঠাইতে নাথাকে, আৰু চলাচল কৰিব পৰে

) উদ্ভিদ কলা মৃত

) প্ৰাণী কলা সজীৱ আৰু জীৱিত।

 

) নিবেশিত ভাজক কলাৰ কাম কি?

উত্তৰ: নিবেশিত ভাজক কলা উদ্ভিদৰ পাতৰ ঠাৰিৰ গুৰিত বা গা - গছৰ গাঁঠিৰ কাষত থকে


) পাশ্বীৰ্য় ভাজক কলাক কি নামেৰে জনা যায়?

উত্তৰ: পাশ্বীৰ্য় ভাজক কলাক কেমবিয়াম নামেৰে জনা যায়।

 

) ভাজক কলা কাক বোলে ? ভাজক কলা কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ: বিভাজন ক্ষমতা সম্পন্ন কোষৰ সমষ্টিকে ভাজক কলা বোলা হয়। ভাজক কলা তিনি প্ৰকাৰৰ -

) অগ্ৰস্হ ভাজক কলা

) পাশ্বীৰ্য় ভাজক কলা

) নিবেশিত ভাজক কলা                        

 


) স্থায়ী কলা কাক বোলে? কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰ: ভাজক কলাৰ কোষবোৰৰ বিভাজন হৈ এটা সময়ত বিভাজন ক্ষমতা হেৰুৱাই কোষবোৰে স্থায়ী আকাৰ ধাৰণ কৰে। এনে কোষৰ সমষ্টিকে স্থায়ী কলা বোলা হয়।


) উদ্ভিদৰ সৰল স্থায়ী কলা বিলাক কি ক্ষেত্ৰত জটিল  স্থায়ী কলাতকৈ পৃথক ?

উত্তৰ:

সৰল স্থায়ী কলা

জটিল  স্থায়ী কলা

) এইবিধ কলা কোষবোৰৰ গঠন একে

) এইবিধ কলা কোষবোৰৰ গঠন বেলেগ

) এই কলাৰ কোষবোৰ একে ধৰনৰ কাৰ্য কৰে

) এই কলাৰ কোষবোৰ বিভিন্ন ধৰনৰ কাৰ্য কৰে

) সকলোবোৰ কোষত প্ৰান্তবেৰ থাকে।

) সকলোবোৰ কোষত প্ৰান্তবেৰ নাথাকে।

 

১০) জটিল স্থায়ী কলা কাক বোলে?

উত্তৰ: যিবিধ স্থায়ী কলাৰ কোষবোৰ গঠন বেলেগ আৰু কামবোৰ বেলেগ হয় তেনে বোৰ কলাক জটিল স্থায়ী কলা বোলে। জটিল স্থায়ী কলা দুই প্ৰকাৰৰ -

) জাইলেম আৰু ) ফ্লোৱেম।

 

Class 9 Science chapter 6 assamese medium mcq

 


১১) কি কি উপাদানেৰে জাইলেম কলা গঠিত। সেইবোৰৰ নাম উল্লেখ কৰা?

উত্তৰ: জাইলেম কলা চাৰিবিধ কোষেৰে গঠিত। সেই কোষ চাৰিবিধ ' -

) ট্ৰেকাইড

) নলীকাৰ

) জাইলেম  পেৰেণকাইমা 

) কাষ্ঠ তন্ত

 


1) অগ্ৰস্ত ভাজক কলা ' পোৱা যায়?

 উত্তৰ:-অগ্ৰস্ত ভাজক কলা উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰঅংশত পোৱা যায়


 2) ফ্লোৱেম কলা কিহৰে গঠিত?

 উত্তৰ:-ফ্লোৱেম কলা চাৰিবিধ কোষেৰে গঠিত |

 সেইবোৰ ' - 1) চালনি নলিকা  2) সংগী কোষ  3) ফ্লোৱেম তন্ৰ 4) ফ্লোৱেম পেৰেনকাইমা


3) তেজৰ কাৰ্য কি কি?

উত্তৰ:- তেজৰ কাৰ্য সমূহ '-

 1) শ্বসন গেছ অস্কিজেন আৰু কাৰ্বন-ডাই-অস্কাইড পৰিবহণ কৰে  

 2) পাচিত খাদ্য পৰিবহণ কৰা | 

 3) ৰেচন পদাৰ্থ , হৰমণ আদিৰ পৰিবহণ কৰা | 

                                       বা 

তেজে অস্কিজেন, কাৰ্বন-ডাই-অস্কাইড, পাচিত,হৰমন, ৰেচন দ্ৰব্য আদি দেহৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ কৰে | তেজে শৰীৰৰ উষ্ণতা  নিয়ন্ত্রণ কৰে , ইয়াৰোপৰি তেজে শৰীৰত প্ৰৱেশ কৰা কিছুমান বীজাণু ধংশ কৰি শৰীৰটোক ৰোগৰ পৰা ৰখা কৰে ৰখা কৰে

 

নৱম শ্ৰেণী Science chapter 6

 

4) তেজক কিয় সংযোজন কলা বুলি কোৱা হয়?

উত্তর:- তেজত বিভিন্ন প্ৰকাৰৰ প্ৰটিন, হৰমন, লৱণ আদি থাকে তেজে অস্কিজেন,কাৰ্বন-ডাই-অস্কাইড,  পাচিত খাদ্য, হৰমন আৰু ৰেচন দ্ৰব্য এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ কৰি প্ৰণীদেহৰ বিভিন্ন অংগ আৰু কলা সমূহৰ মাজত সংযোগ ৰখা কৰা বাবে তেজক সংযোজন কলা বুলি কোৱা হয়  |


5)   তেজত থকা কিঅৰ্ধজুলীয় আধাৰ দ্ৰব্যক  বোলে?

উত্তৰ:-তেজত থকা অৰ্ধজুলীয় আধাৰ দ্ৰব্যক প্লাজমা বোলে |


6) তেজৰ উপাদন সমূহ কি কি?

উত্তৰ:- তেজৰ উপাদন সমূহ '- প্লজমা, অনুচক্ৰিকা, লোহিত ৰক্ত কণিকা আৰু শ্বেত ৰক্ত কণিকা  |


7)পত্ৰৰন্ধ কাক বোলে? ইয়াৰ কাৰ্যসমূহ লিখা?

 উত্তৰ:-উদ্ভিদৰ পাতত থকা সৰু সৰু ছিদ্র বোৰক পত্ৰৰন্ধ বোলে |পত্ৰৰন্ধৰ কাৰ্য সমূহ ' --) পত্ৰৰন্ধৰ মাজে গেছৰ আদান-প্ৰদান হয় | ) পত্ৰৰন্ধৰ মাজেৰে গছে অলাগতিয়াল পানী বাহিৰ কৰি দিয়ে |


8) অগ্ৰস্ত ভাজক কলাৰ কাম কি কি?

উত্তৰ:-অগ্ৰস্ত ভাজক কলাবিলাকে উদ্ভিদৰ কাণ্ড আৰু শিপাৰ একেবাৰে অগ্ৰ অংশত থাকি ক্ৰমে কাণ্ড আৰু শিপাৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে |


8)পাৰ্শ্বীয় ভাজক কলাৰ কাম কি?

উত্তৰ:- পাৰ্শ্বীয় ভাজক কলাই কাণ্ডৰ কলেৱৰ  বৃদ্ধি কৰে |


9) বিভেদন কাক বোলে?

উত্তৰ:-ভাজক কলাৰ কোষবোৰে সিংহতে স্থায়ী আকাৰ আকৃতি ধাৰণ কৰি নিৰ্দিষ্ট ভাৱে কোনো কাম কৰিবলৈ বাবে সাজু হৈ উঠে ইয়াকে বিভেদন বোলে  |

 

Syllabus of class 9 seba 2025

 

10) পেৰেনকাইমা কাক বোলে?

উত্তৰ:- কেইশাৰীমান কোষ লগ হৈ প্ৰাৰম্ভিক কলা বন্ধন গঠন হয় , এই কলাখিনীয়েই ' পেৰেনকাইমা |


11) ক্লৰেনকাইমা কাক বোলে?

 উত্তৰ:-কোনো কেনো খেত্ৰত সৰল স্থায়ী কলাৰ কোষবিলাকত পত্ৰহৰিৎ থাকে বাবে সিহঁতে সালেক সংশ্লেষণ কৰিব পাৰে আৰু তেনে বিলাকক ক্লৰেনকাইমা বোলে  |


12) জলজ উদ্ভিদবোৰ পানীত কিয় উপঙি থাকে?

 উত্তৰ:-জলজ উদ্ভদৰ খেত্ৰত , পেৰেনকাইমা কোষবিলাকৰ মাজত যথেষ্ট ডাঙৰ ডাঙৰ কোষ মধ্যাৱৰ্তী স্থানত থাকি উদ্ভিদজোপাক পানীত উপঙি থকাত সহায় কৰে |


13)  উদ্ভিদৰ স্থিতিস্থাপকতা গুণটো কলাৰ বাবে সম্ভাবনা হয়?

উত্তৰ:-উদ্ভিদৰ স্থিতিস্থাপকতা গুণটো  কলেনকাইমা কলাৰ বাবে সম্ভাবনা হয় |


14) কলেনকাইমাৰ কাম কি?

 উত্তৰ:-এই কলাখিনীয়ে উদ্ভদৰ বিভিন্ন অংগ বিলাক বেকা বা হালি গলেও ভাগি নোযোৱাকৈ থকাত সহায় কৰে |এই কলাবিধে উদ্ভিদজোপাক শাৰীৰিক শক্তি প্ৰদান কৰে |


15) স্কেৰেনকাইমাৰ কাম কি?

উত্তৰ:-স্কেৰেনকাইমায়ে উদ্ভিদৰ দেহ কঠিন আৰু দৃঢ় কৰি তোলাত সহায় কৰে |


16) শিপাৰ বহিত্বকৰ কাম কি?

 উত্তৰ- শিপাৰ বহিত্বকৰ কাম ' পানী শোষণ কৰা | এই অংশটোৰ পৰা চুলিৰ দৰে দীঘল দীঘল কিছুমান অংগ ওলাই গোটেই অঞ্চলটোতে বিস্তৃত হৈ থাকে আৰু মাত্ৰাধিক পানী শোষণ কৰাত সহায় কৰে |

 

 

 

17) মেৰুজ উদ্ভিদৰ বহিত্বকখন কিহেৰে  ঢাকি থাকে?

 উত্তৰ-মেৰুজ উদ্ভিদৰ বহিত্বকখন কিউিটিন নামৰ মম জাতীয় পদার্থই ঢাকি ৰাখে |


18) জাইলেম বিলাক কিহেৰে গঠিত? জাইলেম কলাত থকা পেৰেনকাইমা আৰু কাষ্ঠ তন্ৰৰ কাম কি?

উত্তৰ:-জাইলেম বিলাক পেৰেনকাইমা আৰু কাষ্ঠ তন্ৰৰ দ্বাৰা গঠিত | জাইলেম পেৰেনকাইমা খাদ্য মজুত কৰাৰ উপৰিও পানী আৰু খনিজ লবণৰ ৰ্পাশ্বীয় দিশত সংবহনত সহায় কৰে |  কাষ্ঠ তন্ৰবিলাকৰ প্ৰধান কাম ' উদ্ভিদ  দেহক শক্তিশালী কৰি দৃঢ়তা প্ৰদান কৰা |


19) আচ্ছাদক কলা কাক বোলে ? কেই প্ৰকাৰ আৰু কি কি?

উত্তৰ:- প্ৰাণীৰ দেহক সুৰুখা দিয়াৰ বাবে থকা বাহ্যিক আৱৰণখনেই '  আচ্ছাদক কলা |   চাৰি প্ৰকাৰৰ----

 1) ছটীয়া আচ্ছাদক কলা  |

 2)   ঘনাকৃতিৰ আচ্ছাদক কলা 

 3)     স্তম্ভীকৃতিৰ আচ্ছাদক  কলা |

 4) স্তৰীভূত ছটীয়া আচ্ছাদক কলা


20) মেদ কলা কি? ইয়াৰ কাম কি?

উত্তৰ:-আভ্যন্তৰীণ অংগৰ চাৰিওফালে মেদ জমা হৈ থকা কলাক মেদকলা বোলে |এই কলাৰ কোষবোৰ চৰ্বীৰে ভৰি থাকে | ইয়াৰ কাম ' দেহৰ অপক্ষয় তাপ অন্তৰাকৰ কাম কৰে |


21) কোনবিধ কলাই নাৰিকলৰ বাক লখন গঠন কৰে?

উত্তৰ:- -স্কেৰেনকাইমা কলাই নাৰিকলৰ বাক লখন গঠন কৰে |


22) প্লাজমাত থকা বিভিন্ন ৰক্ত কণিকা কেইটা কি কি?

 উত্তৰ:-প্লাজমাত থকা বিভিন্ন ৰক্ত কণিকা কেইটা ' -লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা আৰু অনুচক্ৰিকা |

 

Class 9 Science chapter 6 assamese medium mcq

 

23) অস্থিকলাবোৰ কিহেৰে গঠিত?

উত্তৰ:-অস্থিকলাবোৰ কেলছিয়াম আৰু ফছফৰাছ যুক্ত অজৈৱিক লৱণেৰে গঠিত |


24) লিগামেণ্ট আৰু টেন্ডার কাক বোলে?

 উত্তৰ:-এডাল অস্থিৰ আন এডাল অস্থিৰ লগত সংযোগ কৰি বান্ধি ৰখা আন এবিধ সংযোজক কলাক লিগামেণ্ট বোলে | স্থিতিস্থাপক পেশীবোৰক অস্থিৰ লগত বান্ধি ৰখা আন এবিধ সংযোজন কলা ' টেণ্ডণ  |


25) পেশীকলাসমূহৰ কাম কি?

 উত্তৰ-পেশীকলাসমূহে আমাৰ দেহৰ অংগ পৰিচালনাত সহায় কৰে |


26) ঐচ্ছিক পেশী কাক বোলে?

উত্তৰ- ইচ্ছা কৰিলে সংকুচিত বা প্ৰসাৰিত কৰিব পৰা পেশীবোৰক ঐচ্ছিক পেশী বোলে  |


27) অনৈচ্ছিক পেশী কাক বোলে?

উত্তৰ:- যিবোৰ পেশীক আমি ইচ্ছা কৰিলে সংকুচিত বা প্ৰসাৰিত কৰিব নোৱাৰো তেনে পেশীবোৰক অনৈচ্ছিক পেশী বোলে |


28) প্ৰাণী দেহৰ চলনৰ লগত জড়িত কলা সমূহ কি কি?

উত্তৰ- প্ৰাণী দেহৰ চলনৰ লগত জড়িত কলা সমূহ ' -- পেশী কলা আৰু অস্থি কলা

29) নিউৰন দেখাত কেনেকুৱা হয়?

উত্তৰ:-নিউৰণ প্ৰধানতঃ কোষদেহ আৰু স্নায়ুপ্ৰবৰ্ধৰ দ্বাৰা গঠিত | কোষদেহত এটা ডাঙৰ কোষকেন্দ্ৰ থাকে কোষ দেহৰ পৰা এটা দীঘল  নলিসদৃশ চাইট প্লাজমাৰ স্নায়ু প্ৰবৰ্ধ ওলায় |  ইয়াক এস্কন বোলে ইয়াৰ ওপৰি কোষ দেহৰ পৰা কিছুমান চুটি আৰু শাক্ষা প্ৰশাক্ষাযুক্ত স্নায়ু প্ৰবৰ্ধ ওলায় এইবোপক ডেনড্ৰাইট বোলে নিউৰণত থকা ডেনড্ৰাইট এস্কন আদি স্নায়ুপ্ৰবৰ্ধবোৰ সংযোজন কলাৰ দ্বাৰা আবৃত্ত হৈ এডাল স্নায়ু গঠিত হয় |

 

Class 9 Science chapter 6 assamese medium

 

30)হ্ৰিদপিণ্ডৰ  তিনিটা বৈশিষ্ট্য উল্লেখ কৰা?

 উত্তৰ:-   হ্ৰিদপিণ্ডৰ  তিনিটা বৈশিষ্ট্য হল --- 

) হ্ৰিদপেশীবোৰ শাক্ষাবিষিষ্ঠ  |

 ) হ্ৰিদপেশীবোৰ চুঙাকৃতিৰ 

) হ্ৰিদপেশীবোৰ এক কোষকেন্দ্ৰযুক্ত বা অনৈচ্ছিক পেশী |


31) এৰিওলা কলাৰ কাম সমূহ কি?

উত্তৰ:-এইবেৰ কলা ছাল , উপাস্থি আৰু পেশীৰ মাজত ৰক্ত নলী আৰু স্নায়ুৰ চাৰিওফালে আৰু অস্থি সজ্জিত পোৱা যায় | এই কলাই আভ্যন্তৰীণ  অংগবোৰক সুৰক্ষা প্ৰদান কৰে |ইয়াৰ উপৰি ইহঁতে কলাৰ ক্ষত  অংশ মেৰামতি কৰে |


32)হ্ৰিদপেশীবোৰৰ বিশেষ কাম কি?

উত্তৰ:-হ্ৰিদপেশীবোৰৰ বিশেষ কাম ' হ্ৰিদযন্ত্ৰ সংকুচিত আৰু প্ৰসাৰণ কৰাত সহায় কৰা |

 


Post a Comment

0 Comments