১. কাক কম্পিউটাৰৰ পিতৃ বুলি কোৱা হয়? ?
উত্তৰঃ - কম্পিউটাৰৰ পিতৃ বুলি চাৰ্লচ বেবেজক কোৱা হয় । চাৰ্লছ বেবেজে ১৮২২ চনত কম্পিউটাৰ উদ্ভাৱন কৰিছিল । চাৰ্লছ বেবেজে প্ৰথমে আৱিষ্কাৰ কৰা কম্পিউটাৰটোক" ডিফাৰেন্সিয়েল ইঞ্জিন" বুলি কোৱা হয় ||
২. কম্পিউটাৰ এটাৰ মগজুক কি বুলি কোৱা হয়? ?
উত্তৰঃ- কম্পিউটাৰটোৰ মগজুক চিপিইউ( CPU) বুলি কোৱা হয় ।|
৩. ভাৰতৰ প্ৰথম কম্পিউটাৰটোক'ত স্থাপন কৰা হৈছিল? ?
উত্তৰঃ- ভাৰতৰ প্ৰথম কম্পিউটাৰটো ভাৰতীয় পৰিসাংখ্যিক প্ৰতিষ্ঠান, কলিকতাত স্থাপন কৰা হৈছিল । |
৪. কম্পিউটাৰ সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়? ?
উত্তৰঃ- কম্পিউটাৰ সাক্ষৰতা দিৱস ২ ডিচেম্বৰত পালন কৰা হয় । |
৫. কোনখন দেশক পৃথিৱীৰ আটাইতকৈ কম্পিউটাৰ যুক্ত দেশ বুলি গণ্য কৰা হয়? ?
উত্তৰঃ- আমেৰিকা যুক্তৰাষ্ট্ৰক বিশ্বৰ আটাইতকৈ কম্পিউটাৰ যুক্ত দেশ বুলি গণ্য কৰা হয় । |
৬. পৃথিৱীৰ প্ৰথম চুপাৰ কম্পিউটাৰ কোনে নিৰ্মাণ কৰিছিল??
উত্তৰঃ- পৃথিৱীৰ প্ৰথম চুপাৰ কম্পিউটাৰ চি- ডিএচি- ৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল ।|
৭. কম্পিউটাৰৰ ভিতৰলৈ যোৱা ডাটাক কি বুলি কোৱা হয়??
উত্তৰঃ- কম্পিউটাৰলৈ যোৱা ডাটাক ইনপুট ডাটা বুলি কোৱা হয় ।|
৮. BIOS ৰ সম্পূৰ্ণ নাম কি??
উত্তৰঃ- BIOS ৰ সম্পূৰ্ণ নাম হৈছে introductory Input/ Affair System । এই শব্দটো প্ৰকৃততে মৌলিক ইনপুট/ আউটপুট প্ৰণালী( introductory Input/ Affair System) ৰ সংক্ষিপ্ত ৰূপ । ই বিল্ড- ইন ছফ্টৱেৰে নিৰ্ধাৰণ কৰে যে ডিস্কৰ অবিহনেপ্ৰ'গ্ৰামটোত প্ৰৱেশ কৰি কম্পিউটাৰে কি কৰিব পাৰে । BIOS মুখ্য কাম হৈছে পিচিত অপাৰেটিং চিষ্টেম বুট কৰা ।|
৯. দুটা প্ৰচলিত আউটপুট ডিভাইচ কি? ?
উত্তৰঃ- দুটা প্ৰচলিত আউটপুট ডিভাইচ হৈছে মনিটৰ আৰু প্ৰিণ্টাৰ । লগতে অন্যান্য আউটপুট ডিভাইচ হৈছে প্লটাৰ, প্ৰজেক্টৰ, স্পীকাৰ আদি । |
১০. সকলো ধৰণৰ কম্পিউটাৰ সূচনা বা আউটপুট চাবলৈ কোনটো ডিভাইচ ব্যৱহাৰ কৰা হয়? ?
উত্তৰঃ- সকলো কম্পিউটাৰ তথ্য আৰু আউটপুট চাবলৈ মনিটৰ ব্যৱহাৰ কৰা হয় । |
১১. আউটপুটৰ মাধ্যম কি??
উত্তৰঃ- আউটপুটৰ মাধ্যম হৈছে প্ৰিণ্টাৰ । |
১২. CD ROM সম্পূৰ্ণ ৰূপ কি??
উত্তৰঃ- CD ROM ৰ সম্পূৰ্ণ ৰূপ হৈছে Compact Disk Read Only Memory । ই গৌণ মেমৰীৰ এক উদাহৰণ ।|
১৩. কম্পিউটাৰ এটাত ৰেম( RAM) ৰ অৰ্থ কি? ?
উত্তৰঃ- কম্পিউটাৰত RAM মানে ৰেণ্ডম একচেছ মেমৰি( Random Access Memory) । ই হৈছে কম্পিউটাৰটোৰ এক প্ৰকাৰৰমেম'ৰী যাক aimlessly Access কৰা হয় । ইয়াৰ অৰ্থ হৈছে যে ই কম্পিউটাৰত কৰা কামবোৰ অস্থায়ী ভাৱে সংৰক্ষণ কৰে ।|
১৪. অত্যাধিক ডাটা সংৰক্ষণ কৰিব পৰা কম্পিউটাৰ হাৰ্ডৱেৰক কি বুলি কোৱা হয়? ?
উত্তৰঃ- অত্যাধিক ডাটা সংৰক্ষণ কৰিব পৰা কম্পিউটাৰ হাৰ্ডৱেৰক চুম্বকীয় টেপ হাৰ্ড ডিস্ক বুলি কোৱা হয় ।|
১৫. কম্পিউটাৰত মেমৰিৰ প্ৰকাৰ হিচাপে কাক গণনা কৰা নহয়??
উত্তৰঃ- কম্পিউটাৰত মেমৰিৰ প্ৰকাৰ হিচাপে চাৰ্ভাৰ( Garçon) ক গণনা কৰা নহয় । |
১৬. পেন ড্ৰাইভ কি? ?
উত্তৰঃ- পেন ড্ৰাইভ হৈছে এক ইলেক্ট্ৰনিকমেম'ৰী । পেন ড্ৰাইভ হৈছে এক পোৰ্টেবল ইউনিভাৰ্চেল চিৰিয়েল বাছ( USB) ফ্লেছমেম'ৰী ডিভাইচ যাৰ পৰা অডিঅ', ভিডিঅ' আৰু ডাটা ফাইলবোৰ কম্পিউটাৰৰ পৰা সঞ্চিত আৰু স্থানান্তৰ কৰা হয় । |
১৬. কেচ্ছমেম'ৰী কিয় ব্যৱহাৰ কৰা হয়? ?
উত্তৰঃ-মেম'ৰী আৰু প্ৰচেছৰৰ মাজৰ গতি প্ৰতিবন্ধকতা আঁতৰাবলৈ( Speed কৰিবলৈ) কম্পিউটাৰত কেচ্ছমেম'ৰী ব্যৱহাৰ কৰা হয় । |
১৮. কম্পিউটাৰটোৰ বিল্ট- ইন( erected In) মেমৰি কি? ?
উত্তৰঃ- কম্পিউটাৰটোৰ বিল্ট- ইন মেমৰি ৰম হৈছে ৰম । |
১৯. যেতিয়া ফাইল এটা সংৰক্ষণ( Save) কৰা হয় আৰু কম্পিউটাৰটো বন্ধ কৰা হয়, ডাটা কোন স্থানত থাকে??
উত্তৰঃ- যেতিয়া ফাইল এটা সংৰক্ষণ কৰা হয় আৰু কম্পিউটাৰটো অফ কৰা হয়, গৌণ ষ্টোৰেজত( Secondary storehouse) ডাটা সংৰক্ষণ হৈ থাকে । |
২০. WWW ৰ আৱিষ্কাৰক কোন? ?
উত্তৰঃ- WWW ৰ আৱিষ্কাৰকসকল হৈছে টিম বাৰ্ণাৰছ লী( Tim Berners Lee) আৰু ৰবাৰ্ট কেলিয়াউ( Robert Cailliau) । তেওঁলোকে একেলগে ১৯৮৯ চনত WWW ৰ( ৱৰ্ল্ড ৱাইড ৱেব) উদ্ভাৱন কৰিছিল । |
২১. WWW ৰ সম্পূৰ্ণ নাম কি??
উত্তৰঃ- WWW ৰ সম্পূৰ্ণ নাম হৈছে Word Wide Web ।|
No comments:
Post a Comment